ক্ৰমিক নং | প্ৰকল্প/আঁচনিৰ নাম | যত প্ৰকল্প প্ৰেৰণ কৰা হৈছে | যাৰ অধীনষ্ঠ প্ৰকল্প/আঁচনি | প্ৰকল্পিত ধনৰাশি (লাখ টকাৰ হিচাপত) |
১ | অসমৰ প্ৰাকৃতিক সতেজ পানীৰ জলাশয়ত প্ৰথম বাৰৰ বাবে ডাঙৰ পোনা মেলি দিয়াৰ জৰিয়তে প্ৰকৃত অনুসুচীত জাতিৰ মাছমৰীয়া সম্প্ৰদায়ৰ জীৱিকাৰ ৰূপান্তৰ সাধন কৰা | ভাৰত চৰকাৰৰ কৃষি, পশু পালন আৰু মীন মন্ত্ৰালয় | নীল বিপ্লৱ | ৩৪৭.৬০ |
২ | শিল্প আৰু পদ্ধতি প্ৰদান আৰু লগতে শীতল সঞ্চয় স্থলি নিৰ্মাণৰ জৰিয়তে প্ৰকৃত অনুসুচীত জাতিৰ মাছমৰীয়া সম্প্ৰদায়ৰ প্ৰয়োজন সাপেক্ষ উন্নয়ন সাধন কৰা | ভাৰত চৰকাৰৰ কৃষি, পশু পালন আৰু মীন মন্ত্ৰালয় | নীল বিপ্লৱ | ৪২৭.৭০ |
৩ | অসমৰ প্ৰকৃত মাছমৰীয়া সম্প্ৰদায়ৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে ৰাজ্যখনৰ প্ৰাকৃতিক সতেজ পানীৰ জলাশয় সমূহত অদৰকাৰী অংশত মত্স্য সঞ্চয় টেংক নিৰ্মাণ কৰা | ভাৰত চৰকাৰৰ জনজাতি উন্নয়ন মন্ত্ৰালয় | --- | ৮৮৪.০০ |
৪ | শিল্প আৰু পদ্ধতি প্ৰদান আৰু লগতে শীতল সঞ্চয় স্থলি নিৰ্মাণৰ জৰিয়তে প্ৰকৃত অনুসুচীত জাতিৰ মাছমৰীয়া সম্প্ৰদায়ৰ উন্নয়ন সাধন কৰা | ভাৰত চৰকাৰৰ জনজাতি উন্নয়ন মন্ত্ৰালয় | --- | ২৬২.৭০ |
৫ | এ.এফ.ডি.এফ.চি.ৰ বিল মীন মহলৰ (জলাশয়) উন্নয়ন | জাইকা (জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগ সংষ্ঠা) | জাইকা | ৫২৮৩.৫৪ |