মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন অসম মীন উন্নয়ন নিগম লিমিটেড

এন.এফ.ডি.বি.

  • এন.এফ.ডি.বি.ৰ বিত্তীয় সাহাৰ্য্যৰ অধীনত অসম মীন উন্নয়ন নিগম লিমিটেডে ৰূপায়ন কৰা আঁচনি সমূহ

    ক্ৰমিক নং

    আঁচনিৰ নাম

    অনুমোদনৰ বৰ্ষ

    অনুমোদিত ধন ৰাশি (লাখ টকাৰ হিচাপত)

    লাভ কৰা পুঁজি (লাখ টকাৰ হিচাপত)

    ব্যৱহাৰ কৰা পুঁজি (লাখ টকাৰ হিচাপত)

    এন.এফ.ডি.ব.ক ঘুৰাই দিয়া ধন ৰাশি (লাখ টকাৰ হিচাপত)

    আঁচনিৰ স্থিতি

    বাচনি কৰা প্ৰাকৃতিক সতেজ পানীৰ জলাশয়ত মাছৰ পোনাৰ বিকাশ ঘটোৱাৰ মাছৰ উত্পাদন বৃদ্ধি কৰাৰ ওপৰত উদ্ভাৱনীয় প্ৰকল্প (প্ৰতিপালন টেংক)

    ২০১৩-১৪ আৰু ২০১৪-১৫

    ২১৩.৭৫

    ১৯২.৩৭৫

    ১৭৩.৭২

    ২১.৩৭৫

    ১৮ খন বিলত ৯৫ টা প্ৰতিপালন টেংক নিৰ্মাণ

    মাছৰ পোনা বিকাশৰ উদ্দেশ্যৰে  প্ৰাকৃতিক সতেজ পানীৰ জলাশয়ত সঞ্চয় কৰিবৰ বাবে ডাঙৰ পোনা অধিক্ৰয় কৰা (ডাঙৰ পোনা মেলি দিয়া)

    ২০১৩-১৪

    ৩৮.০৩

    ৩৮.০৩

    ৩৮.০৩

    ০.০০

    ৩২ খন বিলত প্ৰতি হেক্টৰত ২০০০ কৈ ৮০-১০০এম. এম. আকাৰৰ ৩৮.০৩ লাখ মাছৰ পোনা মেলি দিয়া হৈছে

    গঁৰাল কৃষ্টিৰ জৰিয়তে অসমৰ সতেজ পানীৰ জলাশয় সমূহত মাছৰ উত্পাদন বৃদ্ধি কৰা (গঁৰাল কৃষ্টি)

    ২০১৩-১৪ আৰু ২০১৪-১৫

    ২৬৬.০৬

    ২৬৬.০৬

    ২৬৬.০৬

    ০.০০

    ৩৬ খন বিলত ২১৩ গঁৰাল স্থাপন কৰা হৈছে

    সোনবিলত সমূদায় ভিত্তিক পিঁজৰা কৃষ্টিৰ জৰিয়তে মাছমৰীয়া সকলৰ বাবে বিকল্প জীৱিকাৰ পথ সৃষ্টি আৰু বৃদ্ধি কৰা (পিঁজৰা কৃষ্টি)

    ২০১৪-১৫

    ১৭.৬৭

    ১৭.৬৭

    ১৭.৬৭

    ০.০০

    ৪এম. X ২এম. X ২.৬এম. =  ২০.০৮ এম. আকাৰত সোন বিল গোটৰ মীন মহলত ২৫০ টা পিঁজৰা স্থাপন কৰা হৈছে  

    মাছমৰীয়াৰ জীৱিকা সৃষ্টিৰ বাবে প্ৰয়োজন সাপেক্ষ উন্নয়ন সাধন আৰু সোন বিলত সমূদায় ভিত্তিত মীন ব্যৱস্থাপনাৰ জৰিয়তে মাছৰ উত্পাদন বৃদ্ধি কৰা

    ২০১৪-১৫

    ৮৬.৯০১২৫

    ৫৫.৩৬৫৬

    ২১.৬৮

    ৩৩.৬৮৫৬

    কৰিমগঞ্জ জিলাৰ সোন বিল মাছমৰীয়া সমাজৰ মাছমৰীয়া সকলৰ বাবে নিগমে বৰফৰ বাকচযুক্ত ১১০ খন দুচকীয়া বাহন, দুখন চাৰিচকীয়া বাহনৰ (মত্স্য বাহন) ব্যৱস্থা কৰিছে

    মুঠ

     

     

    ৬২২.৪১১৩

    ৫৬৯.৫০০৬

    ৫০৫.১৪

    ৫৫.০৬০৬