মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন অসম মীন উন্নয়ন নিগম লিমিটেড

শেহতীয়া বৰ্ষসমূহত সম্পূৰ্ণ হোৱা প্ৰকল্প সমূহ

ক্ৰমিক নং

প্ৰকল্পৰ নাম

প্ৰকল্প অধীনষ্ঠ

প্ৰকল্প বৰ্ষ

প্ৰকল্পিত ধনৰাশি (লাখ টকাৰ হিচাপত)

সফলতা

১

বাচনি কৰা প্ৰাকৃতিক সতেজ পানীৰ জলাশয়ত মাছৰ পোনাৰ বিকাশ ঘটোৱাৰ মাছৰ উত্পাদন বৃদ্ধি কৰাৰ ওপৰত উদ্ভাৱনীয় প্ৰকল্প (প্ৰতিপালন টেংক)

এন.এফ.ডি.বি.

২০১৩-১৪ আৰু ২০১৪-১৫

২১৩.৭৫

১৮ খন বিলত ৯৫ প্ৰতিপালন টেংক নিৰ্মাণ

২

মাছৰ পোনা বিকাশৰ উদ্দেশ্যৰে  প্ৰাকৃতিক সতেজ পানীৰ জলাশয়ত সঞ্চয় কৰিবৰ বাবে ডাঙৰ পোনা অধিক্ৰয় কৰা (ডাঙৰ পোনা মেলি দিয়া)

এন.এফ.ডি.বি.

২০১৩-১৪

৩৮.০৩

৩২ খন বিলত প্ৰতি হেক্টৰত ২০০০ কৈ ৮০-১০০ এম. এম. আকাৰৰ ৩৮.০৩ লাখ মাছৰ পোনা মেলি দিয়া হৈছে

৩

গঁৰাল কৃষ্টিৰ জৰিয়তে অসমৰ সতেজ পানীৰ জলাশয় সমূহত মাছৰ উত্পাদন বৃদ্ধি কৰা (গঁৰাল কৃষ্টি)

এন.এফ.ডি.বি.

২০১৩-১৪ আৰু ২০১৪-১৫

২৬৬.০৬

৩৬ খন বিলত ২১৩ গঁৰাল স্থাপন কৰা হৈছে

৪

সোন বিলত সমূদায় ভিত্তিক পিঁজৰা কৃষ্টিৰ জৰিয়তে মাছমৰীয়া সকলৰ বাবে বিকল্প জীৱিকাৰ পথ সৃষ্টি আৰু বৃদ্ধি কৰা (পিঁজৰা কৃষ্টি)

এন.এফ.ডি.বি.

২০১৪-১৫

১৭.৬৭

২০.০৮ এম.৩ আকাৰত সোন বিল দল মীন মহলত ২৫০টা পিঁজৰা স্থাপন কৰা হৈছে 

৫

মাছমৰীয়াৰ জীৱিকা সৃষ্টিৰ বাবে প্ৰয়োজন সাপেক্ষ উন্নয়ন সাধন আৰু সোন বিলত সমূদায় ভিত্তিত মীনব্যৱস্থাপনাৰ জৰিয়তে মাছৰ উত্পাদন বৃদ্ধি কৰা

এন.এফ.ডি.বি.

২০১৪-১৫

৮৬.৯০১২৫

কৰিমগঞ্জ জিলাৰ সোন বিল মাছমৰীয়া সমাজৰ মাছমৰীয়া সকলৰ বাবে নিগমে বৰফৰ বাকচযুক্ত ১১০ খন দুচকীয়া বাহন, দুখন চাৰিচকীয়া বাহনৰ (মত্স্য বাহন) ব্যৱস্থা কৰিছে

৬

বিল মীন মহলৰ উন্নয়ন

আৰ.আই.ডি.এফ.-XV

২০১০-১১

৭৯৮.৩০

এ.এফ.ডি.চি.ৰ ৭ খন বিল মীন মহলৰ উন্নয়ন সাধন কৰা হৈছে

৭

বিল মীন মহলৰ উন্নয়ন

আৰ.আই.ডি.এফ.- XVI

২০১১-১২

৪২৪.৯২

এ.এফ.ডি.চি.ৰ ৭ খন বিল মীন মহলৰ উন্নয়ন সাধন কৰা হৈছে