মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন অসম মীন উন্নয়ন নিগম লিমিটেড

মুখ্য বিষয়াসকল

Swipe to view

শ্ৰী স্বপন কুমাৰ দাস, অ.অ.সে.

 

প্ৰৱন্ধ সঞ্চালক

শ্ৰী পদ্ম কান্ত হাজৰিকা

 

কাৰিকৰী প্ৰৱন্ধক

শ্ৰী গোবিন সিং

 

কাৰ্য্যবাহী অভিযন্তা

শ্ৰী তাৰিণী ডেকা

 

গণনিক বিষয়া

শ্ৰী অঞ্জন কুমাৰ দাস

 

আভ্যন্তৰীণ হিচাপ পৰীক্ষক

শ্ৰী গণেশ্বৰ বড়ো

 

সহকাৰী অধীক্ষক

 

পৰিষদৰ সঞ্চালকসকলঃ

 

Swipe to view

শ্ৰী পৰিমল শুক্লবৈদ্য, মীন বিভাগৰ মন্ত্ৰী, অসম

 

সভাপতি

অসম চৰকাৰৰ জ্যেষ্ঠ সচিব, মীন বিভাগ

 

সঞ্চালক

মীন বিভাগৰ সঞ্চালক

 

সঞ্চালক

বিত্ত বিভাগৰ এজন প্ৰতিনিধি

সঞ্চালক

 

পঞ্জীয়ক, সমবায় সমাজ, অসম

 

সঞ্চালক

সচিব, লোক উদ্যম বিভাগ

সঞ্চালক

 

সচিব, কৃষি বিভাগ

সঞ্চালক

 

ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় অন্তৰ্দেশীয় মীন গৱেষণা প্ৰতিষ্ঠান, অসম

সঞ্চালক

 

অনা চৰকাৰী সদস্য (I)

সঞ্চালক

 

অনা চৰকাৰী সদস্য  (II)

সঞ্চালক

 

প্ৰৱন্ধ সঞ্চালক, অসম মীন উন্নয়ন নিগম লিমিটেড

সদস্য/ সচিব

 

 

 

কামৰ তালিকা আৰু দায়িত্বসমূহঃ

 

Swipe to view

নাম

পদবী

কামৰ আবণ্টন

 

শ্ৰী এছ.কে. দাস, অ.অ.সে.

 

প্ৰৱন্ধ সঞ্চালক

নিগমৰ সামগ্ৰিক প্ৰশাসন আৰু প্ৰৱন্ধনৰ চোৱা-চিতা কৰা

শ্ৰী পি.কে. হাজৰিকা

কাৰিকৰী প্ৰৱন্ধক

কাৰিকৰী বিষয়, ৰাজহ সম্বন্ধীয়, বিলৰ পত্তনি আৰু উন্নয়ন, ক্ষেত্ৰ প্ৰশাসন, আঁচনিৰ প্ৰস্তুতি, পৰিকল্পনা আৰু উন্নয়ন, ৰূপায়ন, আঁচনিৰ নিৰীক্ষণ আৰু মূল্যায়ন

 

১. অসম আৰু কেন্দ্ৰ চৰকাৰলৈ লিয়াজনিং

শ্ৰী গোবিন সিং

কাৰ্য্যবাহী অভিযন্তা(অতিৰিক্ত ভাৰ)

আভিযান্ত্ৰিক হিচাপৰ প্ৰস্তিকৰণ, ৰূপায়ন, নিবিদা, কামৰ তত্বাৱধান ইত্যাদি

শ্ৰী তাৰিণী ডেকা

গাণনিক বিষয়া

গণনাৰ সকলো বিষয় চোৱা-চিতা কৰা

শ্ৰী গণেশ্বৰ বড়ো

সহকাৰী অধীক্ষক

কৰ্মচাৰী সংক্ৰান্তীয় বিষয়, বিলৰ পত্তনি, গোটৰ জমা বীমা, কৰ্মচাৰীৰ সেৱাৰ স্বীকৃতি আৰু চৰকাৰী সকলো কাম-কাজৰ চোৱা-চিতা কৰা

 

 

আমাৰ সংমণ্ডলসমূহঃ

 

১. কৰ্মচাৰীবৰ্গৰ শাখা

            ভাৰপ্ৰাপ্ত ডিলিং অধিকাৰী- সহকাৰী অধীক্ষক

২. গণনা শাখা

            ভাৰপ্ৰাপ্ত ডিলিং অধিকাৰী- গাণনিক বিষয়া

৩. আভিযান্ত্ৰিক শাখা

            ভাৰপ্ৰাপ্ত ডিলিং অধিকাৰী- কাৰ্য্যবাহী অভিযন্তা

৪. কাৰিকৰী শাখা

            ভাৰপ্ৰাপ্ত ডিলিং অধিকাৰী- কাৰিকৰী প্ৰৱন্ধক

 

ক্ষেত্ৰ কাৰ্য্যালয়সমূহঃ

 

Swipe to view

মাণ্ডলিক কাৰ্য্যালয়ৰ নাম

যোগাযোগৰ ঠিকনা

ভাৰপ্ৰাপ্ত বিষয়া/ যোগাযোগ নম্বৰ

 

অসম মীন উন্নয়ন নিগম লিমিটেড, উজনি অসম মাণ্ডলিক কাৰ্য্যালয়(মাজুলী)

 

 

শ্ৰী

ফোন নং-

ই-মেইলঃ

অসম মীন উন্নয়ন নিগম লিমিটেড, মধ্য অসম মাণ্ডলিক কাৰ্য্যালয়

অসম মীন উন্নয়ন নিগমৰ বিল কাৰ্য্যালয় চৌহদ চোতাহয়বৰ(নাজিৰাজান)

পো.অ.- চোতাহয়বৰ

নগাওঁ, অসম

পিনঃ

শ্ৰী

ফোন নং-

ই-মেইলঃ

অসম মীন উন্নয়ন নিগম লিমিটেড, নামনি অসম মাণ্ডলিক কাৰ্য্যালয়

এছ.ডি.অ.(অসামৰিক)কাৰ্য্যালয়ৰ সন্মুখত, উত্তৰ শালমৰা, অভয়াপুৰী,

বঙাইগাওঁ, অসম

পিনঃ৭৮৩৩৮৪

শ্ৰী উপেম ইংগতি

সহকাৰী প্ৰৱন্ধক

ফোন নং- ৯৮৬৪৯৮০৭৬৩

ই-মেইলঃ upeningti61@gmail.com

 

অসম মীন উন্নয়ন নিগম লিমিটেড, বৰাক উপত্যকা মাণ্ডলিক কাৰ্য্যালয়

ভি.আই.পি. ৰোড, ৰংপুৰ, শিলচৰ, কাছাৰ, অসম

পিনঃ ৭৮৮০০৯

শ্ৰী

ফোন নং-

ই-মেইলঃ