আৰ.আই.ডি.এফ. XVI ৰ অধীনত অসম মীন উন্নয়ন নিগম লিমিটেডৰ জৰিয়তে ৰূপায়ন কৰা কাৰ্য্য
ক্ৰমিক নং | প্ৰকল্পৰ নাম | মুঠ প্ৰকল্প খৰচ (লাখ টকাৰ হিচাপত) | শেহতীয়া খৰচ (লাখ টকাৰ হিচাপত) | প্ৰকল্পৰ স্থিতি |
১ | বেৰাখাল বিলৰ উন্নয়ন | ২৩.৮৮৫ | ২৩.৮৯ | সম্পূৰ্ণ
|
২ | ভাচাংখুৰি বিলৰ উন্নয়ন (সমূহীয়া সোন বিল) | ৬০.৩৬ | ৫৩.১২ | সম্পূৰ্ণ |
৩ | বেৰভাঙিচৰা বিলৰ উন্নয়ন | ২৫.২৩ | ২৩.২১২ | সম্পূৰ্ণ
|
৪ | বৰকাণা বিলৰ উন্নয়ন | ৬৭.২৫ | ৬৭.২৫ | সম্পূৰ্ণ
|
৫ | চিবাস্তন পুটাকলং বিলৰ উন্নয়ন | ৭১.৯১ | ৬৬.১৬ | সম্পূৰ্ণ |
৬ | গোৰগৰিয়া বৰশিঙা বিলৰ উন্নয়ন | ২১.৯৩ | ২১.৯৩ | সম্পূৰ্ণ |
৭ | নখাণ্ডা জালুগুটি বিলৰ উন্নয়ন | ৫১.৮০ | ৪৭.৬৬ | সম্পূৰ্ণ |
৮ | খোৱাং বৰ বিলৰ উন্নয়ন | ৪০.৩৬ | ৪০.৩৬ | সম্পূৰ্ণ
|
৯ | কামাখ্যা বটোৱা বিলৰ উন্নয়ন | ৬২.১৮ | ৫৭.৮৩ | সম্পূৰ্ণ |
| মুঠ | ৪২৪.৯২ | ৪০১.৪১২ |
|