এন.এফ.ডি.বি.ৰ বিত্তীয় সাহাৰ্য্যৰ অধীনত অসম মীন উন্নয়ন নিগম লিমিটেডে ৰূপায়ন কৰা আঁচনি সমূহ
ক্ৰমিক নং | আঁচনিৰ নাম | অনুমোদনৰ বৰ্ষ | অনুমোদিত ধন ৰাশি (লাখ টকাৰ হিচাপত) | লাভ কৰা পুঁজি (লাখ টকাৰ হিচাপত) | ব্যৱহাৰ কৰা পুঁজি (লাখ টকাৰ হিচাপত) | এন.এফ.ডি.ব.ক ঘুৰাই দিয়া ধন ৰাশি (লাখ টকাৰ হিচাপত) | আঁচনিৰ স্থিতি |
১ | বাচনি কৰা প্ৰাকৃতিক সতেজ পানীৰ জলাশয়ত মাছৰ পোনাৰ বিকাশ ঘটোৱাৰ মাছৰ উত্পাদন বৃদ্ধি কৰাৰ ওপৰত উদ্ভাৱনীয় প্ৰকল্প (প্ৰতিপালন টেংক) | ২০১৩-১৪ আৰু ২০১৪-১৫ | ২১৩.৭৫ | ১৯২.৩৭৫ | ১৭৩.৭২ | ২১.৩৭৫ | ১৮ খন বিলত ৯৫ টা প্ৰতিপালন টেংক নিৰ্মাণ |
২ | মাছৰ পোনা বিকাশৰ উদ্দেশ্যৰে প্ৰাকৃতিক সতেজ পানীৰ জলাশয়ত সঞ্চয় কৰিবৰ বাবে ডাঙৰ পোনা অধিক্ৰয় কৰা (ডাঙৰ পোনা মেলি দিয়া) | ২০১৩-১৪ | ৩৮.০৩ | ৩৮.০৩ | ৩৮.০৩ | ০.০০ | ৩২ খন বিলত প্ৰতি হেক্টৰত ২০০০ কৈ ৮০-১০০এম. এম. আকাৰৰ ৩৮.০৩ লাখ মাছৰ পোনা মেলি দিয়া হৈছে |
৩ | গঁৰাল কৃষ্টিৰ জৰিয়তে অসমৰ সতেজ পানীৰ জলাশয় সমূহত মাছৰ উত্পাদন বৃদ্ধি কৰা (গঁৰাল কৃষ্টি) | ২০১৩-১৪ আৰু ২০১৪-১৫ | ২৬৬.০৬ | ২৬৬.০৬ | ২৬৬.০৬ | ০.০০ | ৩৬ খন বিলত ২১৩ গঁৰাল স্থাপন কৰা হৈছে |
৪ | সোনবিলত সমূদায় ভিত্তিক পিঁজৰা কৃষ্টিৰ জৰিয়তে মাছমৰীয়া সকলৰ বাবে বিকল্প জীৱিকাৰ পথ সৃষ্টি আৰু বৃদ্ধি কৰা (পিঁজৰা কৃষ্টি) | ২০১৪-১৫ | ১৭.৬৭ | ১৭.৬৭ | ১৭.৬৭ | ০.০০ | ৪এম. X ২এম. X ২.৬এম. = ২০.০৮ এম.৩ আকাৰত সোন বিল গোটৰ মীন মহলত ২৫০ টা পিঁজৰা স্থাপন কৰা হৈছে |
৫ | মাছমৰীয়াৰ জীৱিকা সৃষ্টিৰ বাবে প্ৰয়োজন সাপেক্ষ উন্নয়ন সাধন আৰু সোন বিলত সমূদায় ভিত্তিত মীন ব্যৱস্থাপনাৰ জৰিয়তে মাছৰ উত্পাদন বৃদ্ধি কৰা | ২০১৪-১৫ | ৮৬.৯০১২৫ | ৫৫.৩৬৫৬ | ২১.৬৮ | ৩৩.৬৮৫৬ | কৰিমগঞ্জ জিলাৰ সোন বিল মাছমৰীয়া সমাজৰ মাছমৰীয়া সকলৰ বাবে নিগমে বৰফৰ বাকচযুক্ত ১১০ খন দুচকীয়া বাহন, দুখন চাৰিচকীয়া বাহনৰ (মত্স্য বাহন) ব্যৱস্থা কৰিছে |
মুঠ
|
| ৬২২.৪১১৩ | ৫৬৯.৫০০৬ | ৫০৫.১৪ | ৫৫.০৬০৬ |
|