মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন অসম মীন উন্নয়ন নিগম লিমিটেড

সাফল্য

অসম মীন উন্নয়ন নিগম লিমিটেডৰ সাফল্যৰ প্ৰতিবেদন

১৯৯৮-১৯৯৯ ৰ পৰা ২০০০-২০০১ চনলৈঃ

বৰ্ষ

পুঁজিৰ উত্স

আঁচনিৰ নাম

জড়িত ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

ব্যৱহাৰ কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

সাফল্য

মন্তব্য

১৯৯৮-১৯৯৯

এ.আৰ.আই.এ.এছ.পি.

অসম মীন উন্নয়ন নিগম বিলৰ আন্তঃগাথনি উন্নয়ন

৮.৯৮

৮.৯৮

৫৭ হেক্টৰ এলেকা সামৰি ৩ টা বিল মীন মহলৰ উন্নয়ন সাধন

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

১৯৯৯-২০০০

এ.আৰ.আই.এ.এছ.পি.

অসম মীন উন্নয়ন নিগম বিলৰ আন্তঃগাথনি উন্নয়ন

৪৩.৭১

৪৩.৭১

৩৫৫ হেক্টৰ এলেকা সামৰি ৬ টা বিল মীন মহলৰ উন্নয়ন সাধন

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

২০০০-২০০১

এ.আৰ.আই.এ.এছ.পি. আৰু ৰাজ্যিক পৰিকল্পনা

১. অসম মীন উন্নয়ন নিগম বিলৰ আন্তঃগাথনি উন্নয়ন

৩১.৮৭

৩১.৮৭

৩১৭ হেক্টৰ এলেকা সামৰি ৬টা বিল মীন মহলৰ উন্নয়ন সাধন

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

১. বিল মীন উন্নয়ন আঁচনি

১.৮৬

১.৮৬

১০ হেক্টৰ এলেকা সামৰি ১ টা বিল মীন মহলৰ উন্নয়ন সাধন

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

 

২০০১-২০০২ৰ পৰা ২০০৫-২০০৬বৰ্ষলৈঃ

বৰ্ষ

 

পুঁজিৰ উত্স

আঁচনিৰ নাম

জড়িত ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

ব্যৱহাৰ কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

সাফল্য

মন্তব্য

২০০১-২০০২

এ.আৰ.আই.এ.এছ.পি.

বিল মীন উন্নয়ন

১১২.০৫

১১২.০৫

৬১৭.০০ হেক্টৰ এলেকা সামৰি ১৬টা বিল মীন মহলৰ আন্তঃগাথনিৰ উন্নয়ন সাধন

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

২০০২-২০০৩

এ.আৰ.আই.এ.এছ.পি.

বিল মীন উন্নয়ন

২১.৮৬

২১.৮৬

১৮৫.০০ হেক্টৰ এলেকা সামৰি ৫ টা বিল মীন মহলৰ আন্তঃগাথনিৰ উন্নয়ন সাধন

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

২০০৩-২০০৪

এ.আৰ.আই.এ.এছ.পি., অসম মীন উন্নয়ন নিগম লিমিটেড আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ

১. বিল মীন উন্নয়ন

৫০.৯১

৫০.৯১

৫৫৮.০০ হেক্টৰ এলেকা সামৰি ১০ টা বিল মীন মহলৰ উন্নয়ন সাধন, ১৯৫.০০ হেক্টৰ এলেকাত নষ্ট হৈ যোৱা আন্তঃগাথনিৰ মেৰামতি,

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম আৰু ইয়াৰ বাবে পুঁজি প্ৰদান কৰিছে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদে

১. তত্বাৱধান কাৰ্য্য

১৩.৬১

১৩.৬১

১. দীপৰ বিল উন্নয়ন আঁচনি

২.০৭

২.০৭

২০০৪-২০০৫

অসম মীন উন্নয়ন নিগম আৰু ৫০ শতাংশ খৰচৰ অংশীদাৰিত্বৰ ভিত্তিত লীজ প্ৰদান

বিল মীন উন্নয়ন

৪.৭৪

৪.৭৪

৪০০.০০ হেক্টৰ এলেকা সামৰি ১৬ টা বিল মীন মহলৰ আন্তঃগাথনিৰ উন্নয়ন সাধন

 

২০০৫-২০০৬

অসম মীন উন্নয়ন নিগম আৰু ৫০ শতাংশ খৰচৰ অংশীদাৰিত্বৰ ভিত্তিত লীজ প্ৰদান

বিল মীন উন্নয়ন

২.৯১

২.৯১

মীন মহলৰ আন্তঃগাথনিৰ উন্নয়ন সাধন

 

 

২০০৬-২০০৭ৰ পৰা ২০০৯-২০১০চনলৈঃ

বৰ্ষ

 

পুঁজিৰ উত্স

আঁচনিৰ নাম

জড়িত ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

ব্যৱহাৰ কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

সাফল্য

মন্তব্য

২০০৭-২০০৮

ৰাজ্যিক পৰিকল্পনা

অসম মীন উন্নয়ন নিগম ডাটা বেংকৰ প্ৰস্তুতি

৪.০০

৪.০০

তথ্য সংগ্ৰহ আৰু একগোটকৰণ আৰু অসম মীন উন্নয়ন নিগম বিল মীন আৰু মাছমৰীয়া সকলৰ আৰ্থ-সামাজিক স্থিতি সম্পৰ্কীয় কম্পিউটাৰ ছফ্টৱেৰ পেকেজৰ প্ৰস্তুতি

 

ৰাজ্যিক পৰিকল্পনা

অসম মত্স্য মহোত্সৱ, ২০০৮

১.০০

১.০০

মাছৰ উত্পাদন বিৃদ্ধিৰ উদ্দেশ্যৰে সজাগতা বৃদ্ধি কৰিবলৈ মীনবিভাগৰ কাৰ্য্যাৱলীৰ প্ৰদৰ্শন

 

এছ.বি.আই. ঋণ

এম.ও.ইউ. অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ ঋণৰ জৰিয়তে বিল উন্নয়ন

-

-

মাছৰ উত্পাদন বৃদ্ধিৰ বাবে ২ খন বিলৰ বাবে ১১৪ হেক্টৰ এলেকাৰ উন্নয়ন

 

২০০৮-২০০৯

ৰাজ্যিক পৰিকল্পনা

কেচু সাৰ কাৰখানা

২.০০

২.০০

মৰিগাঁও জিলাৰ চৰণ বিলত ২ টা আৰু এটা গোলাঘাট জিলাৰ ঘোৰামাৰা বিলত  কেচু খাৰ কাৰখানা

 

ৰাজ্যিক পৰিকল্পনা

আৰ্থ-সামাজিক উন্নয়ন কাৰ্য্যক্ৰম

৩.০০

৩.০০

অসম মীন উন্নয়ন নিগম অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীক ২১ খন চাইকেল, এখন গ্ৰন্থাগাৰযুক্ত মাছ বিক্ৰীৰ বাহন (অটো ভেন), নলবাৰীৰ বৰবিলা গাঁৱৰ এম./এছ. বৰবিলা খেলুৱা এছ.চি. মাছমৰীয়া সমবায় সমিতিক আলমাৰী প্ৰদান

 

এছ.বি.আই. ঋণ

এম.ও.ইউ. অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ ঋণৰ জৰিয়তে বিল উন্নয়ন

-

-

১২ খন বিলত ৪২৪ হেক্টৰ এলেকাৰ বিকাশ সাধন

 

২০০৯-১০

ৰাজ্যিক পৰকল্পনা

অসম মত্স্য মহোত্সৱ, ২০০৯

৩.০০

৩.০০

মাছৰ উত্পাদন বিৃদ্ধিৰ উদ্দেশ্যৰে সজাগতা বৃদ্ধি কৰিবলৈ মীন বিভাগৰ কাৰ্য্যাৱলীৰ প্ৰদৰ্শন

 

কম্পিউটাৰ অন্তঃগাথনিৰ ৱেব ভিত্তিক উন্নিতকৰণ

৫.০০

৫.০০

অসম মীন উন্নয়ন নিগমৰ ৱেবচাইটৰ প্ৰস্তুতি

 

মাছৰ ডাঙৰ পোনাৰ প্ৰতিপালন

৬.০০

৬.০০

৮ টা প্ৰতিপালন টেংক  নিৰ্মাণ আৰু মাছৰ বিধান প্ৰতিপালনৰ বাবে প্ৰয়োজনীয় আনুসাংগিক ব্যৱস্থা কৰা

 

ভাৰতীয় ষ্টেট বেংকৰ সৈতে এম.অ.ইউ.

ভাৰতীয় ষ্টেট বেংকৰ ঋণৰ জৰিয়তে বিল উন্নয়ন

-

-

২ খন বিলৰ বাবে ১৩৬ হেক্টৰ এলেকাৰ উন্নয়ন সাধন

 

 

২০১২-২০১৩ৰ পৰা ২০১৩-২০১৪চনলৈঃ

বৰ্ষ

পুঁজিৰ উত্স

আঁচনিৰ নাম

জড়িত ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

ব্যৱহাৰ কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

সাফল্য

মন্তব্য

২০১২-২০১৩

আৰ.আই.ডি.এফ.-এক্স.ভি.

মীন বিলৰ উন্নয়ন

৬০৮.৭৪

৬০৬.১৬

৯০৭.৫৪ হেক্টৰ এলেকা সামৰি ৭ খন অসম মীন উন্নয়ন নিগম বিল মীন মহলৰ উন্নয়ন সাধন

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

২০১৩-২০১৪

আৰ.আই.ডি.এফ.-এক্স.ভি.

মীন বিলৰ উন্নয়ন

৪২৪.৯২

৪০০.৬৬

৪১১.৭০ হেক্টৰ এলেকা সামৰি ৬ খন অসম মীন উন্নয়ন নিগম বিল মীন মহলৰ উন্নয়ন সাধন

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

 

২০১৩-২০১৪ৰ পৰা ২০১৪-২০১৫চনলৈঃ

বৰ্ষ

পুঁজিৰ উত্স

আঁচনিৰ নাম

জড়িত ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

ব্যৱহাৰ কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

সাফল্য

মন্তব্য

২০১৩-২০১৪ আৰু ২০১৫

এন.এফ.ডি.বি.

মাছৰ বিধানৰ বিকাশৰ(প্ৰতিপালন টেংক) জৰিয়তে বাচনি কৰা প্ৰাকৃতিক সতেজ পানীৰ জলাশয় সমূহত মাছৰ উত্পাদন বৃদ্ধিৰ ক্ষেত্ৰত উদ্ভাৱনীয় প্ৰকল্প

১৯২.৩৭৫

১৬১.৭০

১৮ খন অসম মীন উন্নয়ন নিগম বিল মীন মহলত মাছৰ বিধানৰ বিকাশৰ বাবে ৭৩ টা প্ৰতিপালন টেংক নিৰ্মাণ

৮ টা প্ৰতিপালন টেংকৰ নিৰ্মাণৰ অগ্ৰগতি অব্যাহত আছে

২০১৩-১৪

এন.এফ.ডি.বি.

মাছৰ পোনা বিকাশৰ উদ্দেশ্যৰে  প্ৰাকৃতিক সতেজ পানীৰ জলাশয়ত সঞ্চয় কৰিবৰ বাবে ডাঙৰ পোনা অধিক্ৰয় কৰা (ডাঙৰ পোনা মেলি দিয়া)

৩৮.৮৩

৩৮.৮৩

৩২ খন অসম মীন উন্নয়ন নিগম বিল মীন মহলত ৩৮.০৩ লাখ মাছৰ পোনা মেলি দিয়া হৈছে

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

২০১৩-২০১৪ আৰু ২০১৫

এন.এফ.ডি.বি.

গঁৰাল কৃষ্টিৰ জৰিয়তে অসমৰ সতেজ পানীৰ জলাশয় সমূহত মাছৰ উত্পাদন বৃদ্ধি কৰা (গঁৰাল কৃষ্টি)

২৬৬.০৬

২৬৬.০৬

৩৭ খন অসম মীন উন্নয়ন নিগম বিল মীন মহলত ২১৭ গঁৰাল স্থাপন কৰা হৈছে

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

২০১৪-২০১৫

এন.এফ.ডি.বি.

সোন বিলত সমূদায় ভিত্তিক পিঁজৰা কৃষ্টিৰ জৰিয়তে মাছমৰীয়া সকলৰ বাবে বিকল্প জীৱিকাৰ পথ সৃষ্টি আৰু বৃদ্ধি কৰা (পিঁজৰা কৃষ্টি)

১৭.৬৭

১৭.৬৭

কৰিমগঞ্জ জিলাৰ সোন বিল গোটৰ মীন মহলত ২৫০ টা পিঁজৰা স্থাপন কৰা হৈছে 

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম

২০১৪-২০১৫

এন.এফ.ডি.বি.

মাছমৰীয়াৰ জীৱিকা সৃষ্টিৰ বাবে প্ৰয়োজন সাপেক্ষ উন্নয়ন সাধন আৰু সোন বিলত সমূদায় ভিত্তিত মীনব্যৱস্থাপনাৰ জৰিয়তে মাছৰ উত্পাদন বৃদ্ধি কৰা (চাৰিখন দুচকীয়া বাহন অধিক্ৰয় আৰু গঁৰাল কৃষি)

৫৫.৩৬৫৬

২১.৬৮

কৰিমগঞ্জ জিলাৰ সোনবিল গোট মীন মহলৰ বাবে দুচকীয়া (১১০খন) আৰু চাৰিচকীয়া (দুখন) প্ৰদান কৰা হৈছে

এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম