অসম মীন উন্নয়ন নিগম লিমিটেডৰ সাফল্যৰ প্ৰতিবেদন
১৯৯৮-১৯৯৯ ৰ পৰা ২০০০-২০০১ চনলৈঃ
বৰ্ষ | পুঁজিৰ উত্স | আঁচনিৰ নাম | জড়িত ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত) | ব্যৱহাৰ কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত) | সাফল্য | মন্তব্য |
১৯৯৮-১৯৯৯ | এ.আৰ.আই.এ.এছ.পি. | অসম মীন উন্নয়ন নিগম বিলৰ আন্তঃগাথনি উন্নয়ন | ৮.৯৮ | ৮.৯৮ | ৫৭ হেক্টৰ এলেকা সামৰি ৩ টা বিল মীন মহলৰ উন্নয়ন সাধন | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
১৯৯৯-২০০০ | এ.আৰ.আই.এ.এছ.পি. | অসম মীন উন্নয়ন নিগম বিলৰ আন্তঃগাথনি উন্নয়ন | ৪৩.৭১ | ৪৩.৭১ | ৩৫৫ হেক্টৰ এলেকা সামৰি ৬ টা বিল মীন মহলৰ উন্নয়ন সাধন | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
২০০০-২০০১ | এ.আৰ.আই.এ.এছ.পি. আৰু ৰাজ্যিক পৰিকল্পনা | ১. অসম মীন উন্নয়ন নিগম বিলৰ আন্তঃগাথনি উন্নয়ন | ৩১.৮৭ | ৩১.৮৭ | ৩১৭ হেক্টৰ এলেকা সামৰি ৬টা বিল মীন মহলৰ উন্নয়ন সাধন | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
১. বিল মীন উন্নয়ন আঁচনি | ১.৮৬ | ১.৮৬ | ১০ হেক্টৰ এলেকা সামৰি ১ টা বিল মীন মহলৰ উন্নয়ন সাধন | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
২০০১-২০০২ৰ পৰা ২০০৫-২০০৬বৰ্ষলৈঃ
বৰ্ষ
| পুঁজিৰ উত্স | আঁচনিৰ নাম | জড়িত ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত) | ব্যৱহাৰ কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত) | সাফল্য | মন্তব্য |
২০০১-২০০২ | এ.আৰ.আই.এ.এছ.পি. | বিল মীন উন্নয়ন | ১১২.০৫ | ১১২.০৫ | ৬১৭.০০ হেক্টৰ এলেকা সামৰি ১৬টা বিল মীন মহলৰ আন্তঃগাথনিৰ উন্নয়ন সাধন | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
২০০২-২০০৩ | এ.আৰ.আই.এ.এছ.পি. | বিল মীন উন্নয়ন | ২১.৮৬ | ২১.৮৬ | ১৮৫.০০ হেক্টৰ এলেকা সামৰি ৫ টা বিল মীন মহলৰ আন্তঃগাথনিৰ উন্নয়ন সাধন | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
২০০৩-২০০৪ | এ.আৰ.আই.এ.এছ.পি., অসম মীন উন্নয়ন নিগম লিমিটেড আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ | ১. বিল মীন উন্নয়ন | ৫০.৯১ | ৫০.৯১ | ৫৫৮.০০ হেক্টৰ এলেকা সামৰি ১০ টা বিল মীন মহলৰ উন্নয়ন সাধন, ১৯৫.০০ হেক্টৰ এলেকাত নষ্ট হৈ যোৱা আন্তঃগাথনিৰ মেৰামতি, | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম আৰু ইয়াৰ বাবে পুঁজি প্ৰদান কৰিছে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদে |
১. তত্বাৱধান কাৰ্য্য | ১৩.৬১ | ১৩.৬১ | ||||
১. দীপৰ বিল উন্নয়ন আঁচনি | ২.০৭ | ২.০৭ | ||||
২০০৪-২০০৫ | অসম মীন উন্নয়ন নিগম আৰু ৫০ শতাংশ খৰচৰ অংশীদাৰিত্বৰ ভিত্তিত লীজ প্ৰদান | বিল মীন উন্নয়ন | ৪.৭৪ | ৪.৭৪ | ৪০০.০০ হেক্টৰ এলেকা সামৰি ১৬ টা বিল মীন মহলৰ আন্তঃগাথনিৰ উন্নয়ন সাধন |
|
২০০৫-২০০৬ | অসম মীন উন্নয়ন নিগম আৰু ৫০ শতাংশ খৰচৰ অংশীদাৰিত্বৰ ভিত্তিত লীজ প্ৰদান | বিল মীন উন্নয়ন | ২.৯১ | ২.৯১ | মীন মহলৰ আন্তঃগাথনিৰ উন্নয়ন সাধন |
|
২০০৬-২০০৭ৰ পৰা ২০০৯-২০১০চনলৈঃ
বৰ্ষ
| পুঁজিৰ উত্স | আঁচনিৰ নাম | জড়িত ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত) | ব্যৱহাৰ কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত) | সাফল্য | মন্তব্য |
২০০৭-২০০৮ | ৰাজ্যিক পৰিকল্পনা | অসম মীন উন্নয়ন নিগম ডাটা বেংকৰ প্ৰস্তুতি | ৪.০০ | ৪.০০ | তথ্য সংগ্ৰহ আৰু একগোটকৰণ আৰু অসম মীন উন্নয়ন নিগম বিল মীন আৰু মাছমৰীয়া সকলৰ আৰ্থ-সামাজিক স্থিতি সম্পৰ্কীয় কম্পিউটাৰ ছফ্টৱেৰ পেকেজৰ প্ৰস্তুতি |
|
ৰাজ্যিক পৰিকল্পনা | অসম মত্স্য মহোত্সৱ, ২০০৮ | ১.০০ | ১.০০ | মাছৰ উত্পাদন বিৃদ্ধিৰ উদ্দেশ্যৰে সজাগতা বৃদ্ধি কৰিবলৈ মীনবিভাগৰ কাৰ্য্যাৱলীৰ প্ৰদৰ্শন |
| |
এছ.বি.আই. ঋণ | এম.ও.ইউ. অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ ঋণৰ জৰিয়তে বিল উন্নয়ন | - | - | মাছৰ উত্পাদন বৃদ্ধিৰ বাবে ২ খন বিলৰ বাবে ১১৪ হেক্টৰ এলেকাৰ উন্নয়ন |
| |
২০০৮-২০০৯ | ৰাজ্যিক পৰিকল্পনা | কেচু সাৰ কাৰখানা | ২.০০ | ২.০০ | মৰিগাঁও জিলাৰ চৰণ বিলত ২ টা আৰু এটা গোলাঘাট জিলাৰ ঘোৰামাৰা বিলত কেচু খাৰ কাৰখানা |
|
ৰাজ্যিক পৰিকল্পনা | আৰ্থ-সামাজিক উন্নয়ন কাৰ্য্যক্ৰম | ৩.০০ | ৩.০০ | অসম মীন উন্নয়ন নিগম অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীক ২১ খন চাইকেল, এখন গ্ৰন্থাগাৰযুক্ত মাছ বিক্ৰীৰ বাহন (অটো ভেন), নলবাৰীৰ বৰবিলা গাঁৱৰ এম./এছ. বৰবিলা খেলুৱা এছ.চি. মাছমৰীয়া সমবায় সমিতিক আলমাৰী প্ৰদান |
| |
এছ.বি.আই. ঋণ | এম.ও.ইউ. অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ ঋণৰ জৰিয়তে বিল উন্নয়ন | - | - | ১২ খন বিলত ৪২৪ হেক্টৰ এলেকাৰ বিকাশ সাধন |
| |
২০০৯-১০ | ৰাজ্যিক পৰকল্পনা | অসম মত্স্য মহোত্সৱ, ২০০৯ | ৩.০০ | ৩.০০ | মাছৰ উত্পাদন বিৃদ্ধিৰ উদ্দেশ্যৰে সজাগতা বৃদ্ধি কৰিবলৈ মীন বিভাগৰ কাৰ্য্যাৱলীৰ প্ৰদৰ্শন |
|
কম্পিউটাৰ অন্তঃগাথনিৰ ৱেব ভিত্তিক উন্নিতকৰণ | ৫.০০ | ৫.০০ | অসম মীন উন্নয়ন নিগমৰ ৱেবচাইটৰ প্ৰস্তুতি |
| ||
মাছৰ ডাঙৰ পোনাৰ প্ৰতিপালন | ৬.০০ | ৬.০০ | ৮ টা প্ৰতিপালন টেংক নিৰ্মাণ আৰু মাছৰ বিধান প্ৰতিপালনৰ বাবে প্ৰয়োজনীয় আনুসাংগিক ব্যৱস্থা কৰা |
| ||
ভাৰতীয় ষ্টেট বেংকৰ সৈতে এম.অ.ইউ. | ভাৰতীয় ষ্টেট বেংকৰ ঋণৰ জৰিয়তে বিল উন্নয়ন | - | - | ২ খন বিলৰ বাবে ১৩৬ হেক্টৰ এলেকাৰ উন্নয়ন সাধন |
|
২০১২-২০১৩ৰ পৰা ২০১৩-২০১৪চনলৈঃ
বৰ্ষ | পুঁজিৰ উত্স | আঁচনিৰ নাম | জড়িত ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত) | ব্যৱহাৰ কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত) | সাফল্য | মন্তব্য |
২০১২-২০১৩ | আৰ.আই.ডি.এফ.-এক্স.ভি. | মীন বিলৰ উন্নয়ন | ৬০৮.৭৪ | ৬০৬.১৬ | ৯০৭.৫৪ হেক্টৰ এলেকা সামৰি ৭ খন অসম মীন উন্নয়ন নিগম বিল মীন মহলৰ উন্নয়ন সাধন | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
২০১৩-২০১৪ | আৰ.আই.ডি.এফ.-এক্স.ভি. | মীন বিলৰ উন্নয়ন | ৪২৪.৯২ | ৪০০.৬৬ | ৪১১.৭০ হেক্টৰ এলেকা সামৰি ৬ খন অসম মীন উন্নয়ন নিগম বিল মীন মহলৰ উন্নয়ন সাধন | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
২০১৩-২০১৪ৰ পৰা ২০১৪-২০১৫চনলৈঃ
বৰ্ষ | পুঁজিৰ উত্স | আঁচনিৰ নাম | জড়িত ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত) | ব্যৱহাৰ কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত) | সাফল্য | মন্তব্য |
২০১৩-২০১৪ আৰু ২০১৫ | এন.এফ.ডি.বি. | মাছৰ বিধানৰ বিকাশৰ(প্ৰতিপালন টেংক) জৰিয়তে বাচনি কৰা প্ৰাকৃতিক সতেজ পানীৰ জলাশয় সমূহত মাছৰ উত্পাদন বৃদ্ধিৰ ক্ষেত্ৰত উদ্ভাৱনীয় প্ৰকল্প | ১৯২.৩৭৫ | ১৬১.৭০ | ১৮ খন অসম মীন উন্নয়ন নিগম বিল মীন মহলত মাছৰ বিধানৰ বিকাশৰ বাবে ৭৩ টা প্ৰতিপালন টেংক নিৰ্মাণ | ৮ টা প্ৰতিপালন টেংকৰ নিৰ্মাণৰ অগ্ৰগতি অব্যাহত আছে |
২০১৩-১৪ | এন.এফ.ডি.বি. | মাছৰ পোনা বিকাশৰ উদ্দেশ্যৰে প্ৰাকৃতিক সতেজ পানীৰ জলাশয়ত সঞ্চয় কৰিবৰ বাবে ডাঙৰ পোনা অধিক্ৰয় কৰা (ডাঙৰ পোনা মেলি দিয়া) | ৩৮.৮৩ | ৩৮.৮৩ | ৩২ খন অসম মীন উন্নয়ন নিগম বিল মীন মহলত ৩৮.০৩ লাখ মাছৰ পোনা মেলি দিয়া হৈছে | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
২০১৩-২০১৪ আৰু ২০১৫ | এন.এফ.ডি.বি. | গঁৰাল কৃষ্টিৰ জৰিয়তে অসমৰ সতেজ পানীৰ জলাশয় সমূহত মাছৰ উত্পাদন বৃদ্ধি কৰা (গঁৰাল কৃষ্টি) | ২৬৬.০৬ | ২৬৬.০৬ | ৩৭ খন অসম মীন উন্নয়ন নিগম বিল মীন মহলত ২১৭ গঁৰাল স্থাপন কৰা হৈছে | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
২০১৪-২০১৫ | এন.এফ.ডি.বি. | সোন বিলত সমূদায় ভিত্তিক পিঁজৰা কৃষ্টিৰ জৰিয়তে মাছমৰীয়া সকলৰ বাবে বিকল্প জীৱিকাৰ পথ সৃষ্টি আৰু বৃদ্ধি কৰা (পিঁজৰা কৃষ্টি) | ১৭.৬৭ | ১৭.৬৭ | কৰিমগঞ্জ জিলাৰ সোন বিল গোটৰ মীন মহলত ২৫০ টা পিঁজৰা স্থাপন কৰা হৈছে | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |
২০১৪-২০১৫ | এন.এফ.ডি.বি. | মাছমৰীয়াৰ জীৱিকা সৃষ্টিৰ বাবে প্ৰয়োজন সাপেক্ষ উন্নয়ন সাধন আৰু সোন বিলত সমূদায় ভিত্তিত মীনব্যৱস্থাপনাৰ জৰিয়তে মাছৰ উত্পাদন বৃদ্ধি কৰা (চাৰিখন দুচকীয়া বাহন অধিক্ৰয় আৰু গঁৰাল কৃষি) | ৫৫.৩৬৫৬ | ২১.৬৮ | কৰিমগঞ্জ জিলাৰ সোনবিল গোট মীন মহলৰ বাবে দুচকীয়া (১১০খন) আৰু চাৰিচকীয়া (দুখন) প্ৰদান কৰা হৈছে | এই কাৰ্য্য কাৰ্য্যকৰী আৰু পৰ্য্যবেক্ষণ কৰিছে অসম মীন উন্নয়ন নিগম |