এ.এফ.ডি.চি. লিমিটেডৰ বিষয়া, কৰ্মচাৰী আৰু মহলদাৰ/মত্স্য কৃষকৰ দ্বাৰা উপলব্ধ কৰোৱা প্ৰশিক্ষণ
প্ৰশিক্ষণৰ সময় | প্ৰশিক্ষণৰ বিষয় | কোনে প্ৰদান কৰিছে | হিতাধিকাৰী |
২ ৰ পৰা ৯ ডিচেম্বৰ, ২০০২ | ভূমিকম্প দূৰ্যোগ ব্যৱস্থাপনা | এ.ই.আই., গুৱাহাটী, এ.আই.চি.টি.ই.ৰ পৃষ্ঠপোষকতাত
| জ্যোতিষ শইকীয়া, কনিষ্ঠ অভিযন্তা |
২৬ জুলাই, ২০১২ | পানীমেটেকাৰ পৰা ভাৰ্মিকম্পোষ্ট তৈয়াৰ কৰাৰ ওপৰত কৰ্মশালা ও প্ৰশিক্ষণ | এম/এছ. বালাৰ্ক বায়োটেক, নঁগাও | অসম মীন উন্নয়ন নিগম লিমিটেডৰ কনিষ্ঠ অভিযন্তা আৰু বিল প্ৰৱন্ধক সকল |
২৪ ছেপ্তেম্বৰ, ২০০৮ | এম./এছ. ৰিফৰ্ম প্ৰয়াস | চি.আই.এফ.আৰ.আই. | অসম মীন উন্নয়ন নিগম লিমিটেডৰ কৰ্মচাৰী সকল |
২৯ জানুৱাৰী, ২০০৯ | অলংকাৰযুক্ত মাছ | ফিছকোফেড | অসম মীন উন্নয়ন নিগম লিমিটেডৰ মীনসমবায় সমিতিৰ সদস্য সকল |
২২ জুন, ২০০৯ | অসম প্ৰশাসনীক কৰ্মচাৰী মহাবিদ্যালয় | বান নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা | শ্ৰী দিলীপ দাস আৰু প্ৰফুল্ল কুমাৰ খনিকৰ |
১১ ৰ পৰা ১৩ জুলাই, ২০০৯ | ভাৰতীয় মত্স্য মহোত্সৱ, হাইদৰাবাদ | পৰিচালন সঞ্চালক আৰু মহা প্ৰৱন্ধক | পৰিচালন সঞ্চালক আৰু মহা প্ৰৱন্ধক |
৯ অক্টোবৰ, ২০০৯ | প্ৰযুক্তিবিদ্যা আৰু এইচ.আৰ.ডি. সম্পৰ্কীয় প্ৰয়োজন সমূহৰ ওপৰত পৰ্য্যালোচনা কৰ্মশালা | এম./এছ. ৰিফৰ্ম প্ৰয়াস, চি.আই.এফ.আৰ.আই. | অসম মীন উন্নয়ন নিগম লিমিটেডৰ কৰ্মচাৰী সকল |
৫ জুন, ২০১০১ | মুখ্য ধাৰাৰ দূৰ্যোগ আশংকাৰ ওপৰত পোষকতা কৰ্মশালা | চি.আই.এফ.ই. | অসম মীন উন্নয়ন নিগম লিমিটেডৰ লেছী |
৯ মাৰ্চ, ২০১০ |
| অসম চৰকাৰ | অসম মীন উন্নয়ন নিগম লিমিটেডৰ কনিষ্ঠ অভিযন্তা সকল |
২২ জুন, ২০১২ | লেখা আৰু কোষাগাৰ সঞ্চালক, অসমৰ দ্বাৰা পেঞ্চন আঁচনি সম্পৰ্কে | গণনা সঞ্চালকালয় | সুভাষ পাটগিৰী |
১৫ ৰ পৰা ১৯ অক্টোবৰ, ২০১২ | মীন উন্নয়নৰ বাবে বান প্ৰবন জলাশয় সম্পদ সমূহৰ বহনক্ষম ব্যৱহাৰ | চি.আই.এফ.আৰ.আই. | অসম মীন উন্নয়ন নিগম লিমিটেডৰ কনিষ্ঠ অভযন্তা আৰু বিল প্ৰৱন্ধক সকল |
১৮ ৰ পৰা ২২ মাৰ্চ, ২০১৩ | পি.ই. বিভাগে প্ৰস্তুত কৰা টেলি ই.আৰ.পি. আৰু এম.আই.এছ. এপ্লিকেচনৰ প্ৰতিবেদন | চি.আই.এফ.আৰ.আই. | সুভাষ পাটগিৰী |
২৮ ৰ পৰা ৩০ এপ্ৰিল, ২০১৭ | সতেজ পানীত মত্স্য পালন প্ৰযুক্তি আৰু কাপ মাছৰ প্ৰজননৰ প্ৰদৰ্শন | চি.আই.এফ.এ. আৰু অসম মীন উন্নয়ন নিগম লিমিটেড | অসম মীন উন্নয়ন নিগম লিমিটেডৰ মত্স্য কৃষক আৰু মহলদাৰ সকল |