I am now accessing as a :

Government Of Assam Fishery Assam Fisheries Development Corporation Ltd

২০১৭-১৮ বৰ্ষৰ বাবে প্ৰস্তাৱিত প্ৰকল্প

ক্ৰমিক নং

প্ৰকল্প/আঁচনিৰ নাম

যত প্ৰকল্প প্ৰেৰণ কৰা হৈছে

যাৰ অধীনষ্ঠ প্ৰকল্প/আঁচনি

প্ৰকল্পিত ধনৰাশি (লাখ টকাৰ হিচাপত)

অসমৰ প্ৰাকৃতিক সতেজ পানীৰ জলাশয়ত প্ৰথম বাৰৰ বাবে ডাঙৰ পোনা মেলি দিয়াৰ জৰিয়তে প্ৰকৃত অনুসুচীত জাতিৰ মাছমৰীয়া সম্প্ৰদায়ৰ জীৱিকাৰ ৰূপান্তৰ সাধন কৰা

ভাৰত চৰকাৰৰ কৃষি, পশু পালন আৰু মীন মন্ত্ৰালয়

নীল বিপ্লৱ

৩৪৭.৬০

শিল্প আৰু পদ্ধতি প্ৰদান আৰু লগতে শীতল সঞ্চয় স্থলি নিৰ্মাণৰ জৰিয়তে প্ৰকৃত অনুসুচীত জাতিৰ মাছমৰীয়া সম্প্ৰদায়ৰ প্ৰয়োজন সাপেক্ষ উন্নয়ন সাধন কৰা

ভাৰত চৰকাৰৰ কৃষি, পশু পালন আৰু মীন মন্ত্ৰালয়

নীল বিপ্লৱ

৪২৭.৭০

অসমৰ প্ৰকৃত মাছমৰীয়া সম্প্ৰদায়ৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে ৰাজ্যখনৰ প্ৰাকৃতিক সতেজ পানীৰ জলাশয় সমূহত অদৰকাৰী অংশত মত্স্য সঞ্চয় টেংক নিৰ্মাণ কৰা

ভাৰত চৰকাৰৰ জনজাতি উন্নয়ন মন্ত্ৰালয়

 ---

৮৮৪.০০

শিল্প আৰু পদ্ধতি প্ৰদান আৰু লগতে শীতল সঞ্চয় স্থলি নিৰ্মাণৰ জৰিয়তে প্ৰকৃত অনুসুচীত জাতিৰ মাছমৰীয়া সম্প্ৰদায়ৰ উন্নয়ন সাধন কৰা

ভাৰত চৰকাৰৰ জনজাতি উন্নয়ন মন্ত্ৰালয়

 ---

২৬২.৭০

এ.এফ.ডি.এফ.চি.ৰ বিল মীন মহলৰ (জলাশয়) উন্নয়ন

জাইকা (জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগ সংষ্ঠা)

জাইকা

৫২৮৩.৫৪