I am now accessing as a :

Government Of Assam Fishery Assam Fisheries Development Corporation Ltd

আৰ.আই.ডি.এফ. XV

  • আৰ.আই.ডি.এফ. XV ৰ অধীনত অসম মীন উন্নয়ন নিগম লিমিটেডৰ জৰিয়তে ৰূপায়ন কৰা উন্নয়নমূলক কাৰ্য্য

     

    ক্ৰমিক নং

    প্ৰকল্পৰ নাম

    মুঠ প্ৰকল্প খৰচ

    (লাখ টকাৰ হিচাপত)

    প্ৰকল্পৰ স্থিতি

    তামৰঙা বিলৰ উন্নয়ন

    ১৪২.১০

    সম্পূৰ্ণ

     

    লখনবন্ধা বিলৰ উন্নয়ন

    ২৭.০০

    সম্পূৰ্ণ

     

    লাওপানী বিলৰ উন্নয়ন

    ৬৯.০৫

    মচি পেলোৱা হৈছে

     

    কঁহধৰা বিলৰ উন্নয়ন

    ৬৪.৭০

    সম্পূৰ্ণ

     

    ভেকভেটি পাটিয়ালা বিলৰ উন্নয়ন

    ৩৩.৩৫

    সম্পূৰ্ণ

     

    পূজেলী বিলৰ উন্নয়ন

    ২৩৪.১০

    সম্পূৰ্ণ

     

    বৰবিলা বিলৰ উন্নয়ন

    ৮৪.৯৪

    সম্পূৰ্ণ

     

    ৪৭-মৰাকলং বিলৰ উন্নয়ন

    ১৪১.৭০

    সম্পূৰ্ণ

     

    মুঠ

    ৭৯৮.৩০